TRANSLATE ASSAMESE to ENGLISH 2014-19
HSLC - 2014
(a) অসম এখন ধুনীয়া প্ৰদেশ।
Ans : Assam is a beautiful province.
(b) ই ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত
অৱস্থিত।
Ans : It is situated in the north
eastern part of India.
(c) শ্ৰীমন্ত শঙ্কৰদেৱ অসমৰ মহানতম
ব্যক্তি।
Ans : Srimanta Sankardev is the
noblest person of Assam.
(d) মানুহে সদায় লগৰীয়া মানুহক ভাল
পাব লাগে।
Ans : One should always love one's
fellowmen.
(e) তুমি মটৰ গাড়ী চলাব জানানে?
Ans : Do you know how to drive a car?
(f) শিক্ষক জনে ৰমেনক কলে,"আলিবাট
পাৰ হওঁতে সাৱধান হবা।"
Ans : The teacher said to Ramen, "Be
careful while crossing the road."
HSLC - 2015
(i) মায়ে মোক সুধিছিল, "সচাঁ কথা
কৈছানে?"
Ans : Mother said to me, "Are you
speaking the truth?"
(ii) মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই।
Ans : I can hardly swim.
(iii) তুমি কেতিয়াবা সিংহ দেখিছানে?
Ans : Have you ever seen a lion?
(iv) যিজন মানুহ আজি আমাৰ স্কুললৈ
আহিছিল তেখেতক মই চিনি পাওঁ।
Ans : The man who came to our
school I know him.
(v) মই নহালৈকে তুমি ৰ'বা।
Ans : Wait until I come.
HSLC - 2016
(i) এইখন কিতাপ মোৰ আৰু সেইখন
তোমাৰ।
Ans : This book is mine and that's
yours.
(ii) সোন এবিধ মূল্যবান ধাতু।
Ans : Gold is a valuable metal.
(iii) অনুগ্ৰহ কৰি তেওঁক দৰ্জাখন খুলিব
কোৱা।
Ans : Please tell him to open the door.
(iv) তেওঁ যেতিয়া আহিছিল মই বাতৰি
কাকত পঢ়ি আছিলোঁ।
Ans : I was reading a newspaper
when he came.
(v) আলিবাট পাৰ হওঁতে সাবধান হ'বা।
Ans : Be careful while cross the road.
HSLC - 2017
(i) পৃথিৱীখন ঘূৰণীয়া।
Ans : The earth is round.
(ii) তেওঁ লোকক ভিতৰলৈ আহিব দিয়া।
Ans : Let them come in.
(iii) তুমি নিতৌ কিমান সময় লিখা পঢ়া
কৰা ?
Ans : How much time do you spend
daily in your study?
(iv) আজি ৰাতি বৰষুণ দিব পাৰে।
Ans : It may rain tonight.
(v) বুঢ়া মানুহজনে বৰ লাহে লাহে কথা
কয়।
Ans : The old man speaks very slowly.
HSLC - 2018
(a) মীনা যেনেকুৱা বুদ্ধিয়ক, লীলাও
তেনেকুৱা।
Ans : Lila is as intelligent as Mina.
(b) জোনে ৰাতিহে পোহৰ দিয়ে।
Ans : Moon gives light at night.
(c) তুমি কালি স্কুললৈ গৈছিলানে?
Ans : Did you go to school yesterday?
(d) সি ককায়েকক খুব ভাল পায়।
Ans : He loves his grandfather too
much.
(e) ৰিণ্টুৱে কৈছিল, "এইটো কি সুন্দৰ
পুতলা!"
Ans : Rintu said, "What a beautiful toy
it is !"
HSLC - 2019
(a) যদুৱে মোক সুধিছিল, "ৰাজু
ইংৰাজীত ভালনে?
Ans : Jadu asked me, "Is Raju good in
English?"
(b) দোকমোকালিতে শোৱাৰ পৰা উঠাটো
তেওঁৰ অভ্যাস।
Ans : Getting up early in the morning
is his habit. / It's his habit to get up
early in the morning.
(c) মিছা কথা কোৱা উচিত নহয়।
Ans : One should not tell a lie.
(d) সৌ গছডাল ইমান ওখ!
Ans : How much tall the tree is!
(e) কিতাপখন টেবুলৰ ওপৰত আছে।
Ans : The book is on the table.
@Danish #youtube #class10th
ভাল লাগিল এইটো বহুত ভাল লাগিল।
ReplyDeleteযদি ২০২০ ৰ খিনি দিলে হেঁতেন তেতিয়া আৰু ভাল লাগিল হেঁতেন
ReplyDelete