Nelson Mandela long walk to freedom Question answer solutions
1. Where did the ceremonies take place? Can you name any public buildings in India that are made of sandstone?
( অনুস্থান কোন ঠাইত হৈছিল? ভাৰতবৰ্ষত শিল-বালিৰে নিৰ্মিত জনতা ভৱনৰ নাম লিখিব পাৰিবা নে?)
Ans:- The ceremonies took place in the campus of the Union Building of Pretoria, which were attended by dignitaries and leaders of many nations. In India Rasthrapati Bhavan and Red Fort are public buildings that are made of sandstone.
(অনুস্থান প্ৰেট'ৰিয়াৰ ইউনিয়ন বিল্ডিংত হৈছিল য'ত বিভিন্ন দেশৰ উচ্চ পদাধিকাৰী তথা নেতাসকলে অংশগ্ৰহণ কৰিছিল। ভাৰতবৰ্ষত শিল-বালিৰে নিৰ্মিত জনতা ভৱনটোৰ নাম হ'ল- ৰাষ্ট্ৰপতি ভৱন আৰু ৰেড ফৰ্ট।)
2. Can you say how 10 May is an ‘autumn day’ in South Africa?
(তুমি ক'ব পাৰিবানে ১০ মে' দিনটো কিদৰে অ'টমন দে হৈ পৰিছিল ছাউথ আফ্ৰিকা?)
Ans:- 10th May is an autumn day in Southern Africa because on that day there was the largest meeting of international leaders on Southern African Soil to establish the first democratic, non-racial government in south Africa.
(১০ মে' দিনটো ছাউথ আফ্ৰিকাত অ'টমন দে হৈ পৰিছিল কিয়নো সেই দিনটোত বিভিন্ন দল সংগঠন তথা বিভিন্ন দেশৰ নেতাসকল আহিছিল ছাউথ আফ্ৰিকাত গঠন হোৱা প্ৰথম স্বাধীন তথা বৰ্ণ বৈষম্য বিৰোধী চৰকাৰৰ বাবে।)
3. At the beginning of his speech, Mandela mentions "an extraordinary human disaster". What does he mean by this? What is the "glorious ... human achievement" he speaks of at the end?
(বক্তৃতাৰ আৰম্ভণীত মেণ্ডেলাই মানৱতাৰ দূৰ্ভাগ্য বুলি কিয় উল্লেখ কৰিছিল? আৰু বক্তৃতাৰ শেষত কিয় মানৱতাৰ জয়ৰ কথা উল্লেখ কৰিছিল ?)
Ans:- By mentioning “an extraordinary human disaster” at the beginning of his speech, Mandela refers to the cruel practice of apartheid, that is the racial injustice endured in south Africa by the whites. The blacks were not allowed to demand freedom or any right.
At the end of the speech, Mandela talks about the ‘glorious human achievement’ that a black person became the President of a country where the blacks were not even considered human beings and were treated badly.
4. What does Mandela thank the international leaders for?
( মেণ্ডেলাই আন্তঃৰাষ্ট্ৰীয় নেতাসকলক কিয় ধন্যবাদ জনাইছিল? )
Ans:- In the Oath-talking ceremony of Mandela, he felt very privilege to welcome the international leaders that day, because the south Africans were considered as outlaws before they got independent. Thus, he thanks all of them for having coming to witness the historical ceremony. This was gesture of international recognition to a newly born free democratic nation and it could be considered as a common victory for justice, peace and human dignity.
( মেণ্ডেলাই শপত গ্ৰহণ অনুষ্ঠানৰ দিনা তেখেতে সকলো আন্তঃৰাষ্ট্ৰীয় নেতাক আদৰণি জনাবলৈ পাই কৃতজ্ঞতা অনুভৱ কৰিছিল। কিয়নো সেই দিনটোত দক্ষিণ আফ্ৰিকাৰ মানুহ সকলে স্বাধীনতা লাভ কৰিছিল, সেইবাবে তেওঁ সকলোকে ধন্যবাদ জনাইছিল যে সকলো নেতাই তেওঁলোকৰ স্বাধীনতা লাভৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হবলৈ তাত উপস্থিত হৈছিল, তেওঁলোকৰ উপস্থিতিয়ে আফ্ৰিকাসকলে লাভ কৰা নতুন স্বাধীনতা প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল। )
5. What ideals does he set out for the future of South Africa?
( নেলচন মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ ভৱিষ্যতৰ বাবে কি ধৰনৰ আদৰ্শ দাঙি ধৰিছিল? )
Ans:- Nelson Mandela set the ideals of liberating people from bondage of poverty, deprivation and suffering. He also set the ideal for a society where there would be no discrimination on basic of colour or gender.
( দক্ষিণ আফ্ৰিকাৰ বাবে মেণ্ডেলা এজন আদৰ্শবান ব্যক্তি আাছিল যিয়ে নিউ দেশৰ লোকসলক স্বাধীনতা প্ৰদান কৰিছিল, বঞ্চনা যন্ত্ৰণা আদিৰ পৰা মুক্তি প্ৰদান কৰিছিল। তেওঁ সমাজৰ বাবেও এক নিদৰ্শন দাঙি ধৰিছিল যত বৰ্ণ অথবা লিংগ ভিত্তিত সমাজত কোনো বৈষম্য নাথাকিব )
Oral Comprehension Check
1. What do the military generals do? How has their attitude changed, and why?
( মিলিটাৰী জেনেৰেল বিলাকে কি কৰিছিল? তেওঁলোকৰ ভাবধাৰা কিদৰে সলনি হৈছিল আৰু কিয়? )
Ans:- The highest military generals of the south African defense force and police saluted Mandela and pledged their loyalty. Their attitude had changed towards the blacks. They started saluting them instead of arresting them.
( দক্ষিণ আফ্ৰিকাৰ মিলিটাৰী জেনেৰেল তথা পুলিচ সকলে মেণ্ডেলাৰ প্ৰতি নিজৰ আনুগত্য প্ৰকাশ কৰি তেওঁক অভিবাদন জনাইছিল। তেওঁলোকৰ ভাবধাৰা কৃষ্ণাংগ সকলৰ প্ৰতি সলনি হৈ গৈছিল। কৃষ্ণাংগ সকলক শোষণ কৰাৰ পৰিৱৰ্তে নমস্কাৰ জনাবলৈ আৰম্ভ কৰিছিল তেওঁলোকে। )
2. Why were two national anthems sung?
( দুটা ৰাষ্ট্ৰীয় সংগীত কিয় গোৱা হৈছিল? )
Ans:- Two national anthems were sung on the day of inauguration, one by the whites and the other by the blacks. It symbolized the equality of blacks and whites.
( উদ্বোধনী অনুষ্ঠানৰ দিনা দুটা ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হৈছিল। এটা গীত পৰিবেশন কৰিছিল কৃষ্ণাংগ সকলে আৰু আনটো শ্বেতাংগ সকলে। এই অনুষ্ঠানে সকোলোৰে মাজত থকা সমতাৰ কথা সূচায়ছিল।)
3. How does Mandela describe the systems of government in his country
(i) in the first decade, and (ii) in the final decade, of the twentieth century?
( মেণ্ডেলাই কিদৰে চৰকাৰী কাৰ্যকলাপৰ ব্যাখ্যা আগবঢ়াইছিল?বিংশ শতিকাৰ (i)প্ৰথম দশকত আৰু (ii) শেষৰ দশকত । )
Ans:- The systems of government described by Mandela are given below---
(i) In the first decade of the twentieth century, the white – skinned people of south Africa patched up their differences and create a system free of racial domination.
(ii) In the last decade of twentieth century, the previous system had been overturned forever and replaced by one that recognized the rights and freedom of all people, regardless of their colour and skin.
মেণ্ডেলাই চৰকাৰী কাৰ্যকলাপ তলত দিয়াধৰণে আগবঢ়াইছিল-:
(i)বিংশ শতিকাৰ প্ৰথম দশকত শ্বেতাংগ সকলে নিজৰ মনত থকা বৈষম্যতা নাইকিয়া কৰি বৰ্ণ বৈষম্যহীন সমাজ প্ৰতিষ্ঠা কৰিব লাগিব।
(ii)শেষ দশকত পূৰ্বৰ নিয়ম নাইকিয়া কৰি বৈষম্যহীন সমাজ প্ৰতিষ্ঠা কৰা লগতে মানুহৰ মাজত সমতা স্থাপন কৰিব লাগিব।
4. What does courage mean to Mandela?
( মেণ্ডেলাৰ মতে সাহসৰ অৰ্থ কি? )
Ans:- According to Mandela, courage does not mean the absence of fear but a victory over fear. He believes that brave men need not be fearless but should be able to conquer fear.
( মেণ্ডেলাৰ মতে সাহসৰ অৰ্থ ভয়ৰ অনুপস্থিতি নহয়, বৰং ভয়ৰ ওপৰত জয় লাভ হে হয়। তেওঁ বিশ্বাস কৰিছিল যে সাহসী মানুহ নিৰ্ভয় হোৱাৰ প্ৰয়োজন নহয়, পৰিৱৰ্তে তেওঁলোকে ভয়ৰ ওপৰত জয় লাভ কৰিব লাগে )
5. Which does he think is natural, to love or to hate?
( মেণ্ডেলাৰ মতে কি স্বাভাৱিক প্ৰেম নে ঘৃণা? )
Ans:- For Mandela, love comes more naturally to the human heart then hate.
( মেণ্ডেলাৰ মতে, প্ৰেম আৰু ঘৃণাৰ মাজত প্ৰেমে মানৱ হৃদয়ত সহজে স্হান পাই। )
Oral Comprehension Check
1. What "twin obligations" does Mandela mention?
( মেণ্ডেলাই টুইন অব্লিগেছনৰ কথা কিয় উল্লেখ কৰা হৈছিল? )
Ans:- Mandela believes that every man has twin obligations. The first is to his family, parents, wife and children, the second obligation is to his people, his community and his country.
( মেণ্ডেলাই বিশ্বাস কৰিছিল যে প্ৰত্যেক মানুহৰে দুটা প্ৰকৃতি থাকে, প্ৰথমতে তেওঁৰ নিজৰ পৰিয়ালৰ পিতৃ-মাতৃ, পত্নী তথা সন্তানৰ প্ৰতি দায়িত্ব পালন কৰে,দ্বিতীয় বাধ্যবাধকতা নিজৰ মানুহ,নিজৰ সম্প্ৰদায় তথা নিজৰ দেশৰ বাবে থাকে।)
2. What did being free mean to Mandela as a boy, and as a student? How does he contrast these "transitory freedoms" with "the basic and honourable freedoms"?
( মেণ্ডেলাৰ মতে মুকলি হৈ থকা অৰ্থ লৰা আৰু ছাত্ৰ হিচাপে কি হয়?তেওঁ ক্ষণস্থায়ী স্বাধীনতাক কিদৰে মৌলিক আৰু বিশেষ স্বাধীনতাক কিদৰে বেলেগ বেলেগ কৰিছিল? )
Ans:- Like other kids, Mandala freedom mean to make merry and enjoy the blissful life. Once one becomes an adults, the memories of childhood looks like transitory because most of the childish activities are wasteful from an adult, you have to earn a livelihood to feed your family. Its only then when you get an honorable existence in the family and society.
( আন সকলো লৰা ছোৱালী দৰে,মেণ্ডেলাৰ বাবে স্বাধীনতাৰ অৰ্থ হল আনন্দ উল্লাস কৰি জীৱন উপভোগ কৰা,কিন্ত এবাৰ ডাঙৰ হোৱা লগে লগে লৰালিৰ স্মৃতি বোৰ ক্ষণস্থায়ী যেন হৈ পৰে কিয়নো সৰুতে কৰা কাম বোৰ ডাঙৰ হোৱাৰ পাছত কেতিয়াবা ভুল যেন অনুভৱ হয়। ডাঙৰ হোৱা পাছত প্ৰত্যেকে নিজৰ পৰিয়াল দিবলৈ স্বাৱলম্বী হব লাগে।আৰু এইয়া তেতিয়াই সম্ভৱ যেতিয়া সমাজ আৰু পৰিয়ালত উপযুক্ত স্থান পোৱা যায়। )
3. Does Mandela think the oppressor is free? Why/Why not.
( মেণ্ডেলাৰ মতে অত্যাচাৰী মানুহবোৰ মুক্ত নে?যদি নহয় কিয় নহয়? )
Ans:- According to Mandela, an oppressor is a victim of hatred who is behind the bars of prejudice and narrow-mindedness. He realises that both the oppressor and the oppressed are robbed of their humanity and peace.
( মেণ্ডেলাৰ অনুসৰি অত্যাচাৰীবিলাক ঘৃণাৰ বলি যিয়ে পক্ষপাত তথা সংকীন মনৰ আঁৰৰ ব্যক্তি,তেওঁ অনুভৱ কৰিছিল যে অত্যাচাৰ কৰা মানুহবোৰ আৰু অত্যাচাৰৰ বলি হোৱা সকলোৱে মানৱতা আৰু শান্তি পৰা বঞ্চিত। )
Thinking about the Text
1. Why did such a large number of international leaders attend the inauguration? What did it signify the triumph of?
( মেণ্ডেলাৰ মতে অত্যাচাৰী মানুহবোৰ মুক্ত নে?যদি নহয় কিয় নহয়? )
Ans:- By attending the inauguration ceremony the international leaders showed a gesture of solidarity from international community to the idea of end of apartheid. It was the significance of the victory of good over evil and triumph of a tolerant society without any discrimination.
( আন্তঃৰাষ্ট্ৰীয় নেতাসকলে উদ্ধোধনি অনুষ্ঠানত উপস্থিত থাকি সেই দেশত অন্ত পৰা বৰ্ণবাদৰ বিপৰীতে স্থাপন হোৱা স্বাধীনতাৰ প্ৰতি তেওঁলোকৰ ঐক্য তথা সংহতি প্ৰদৰ্শন কৰিছিল,ইয়াৰ তাৎপৰ্য্য আছিল যে বেয়াৰ ওপৰত হোৱা ভাল মানুহৰ বিজয়,যতে বৈষম্যতাৰ কোনো স্থাননাই। )
2. What does Mandela mean when he says he is "simply the sum of all those African patriots" who had gone before him?
( "মই আফ্ৰিকান মুক্তি যুঁজাৰোসকলৰ ফলাফল" মেণ্ডেলাই কিয় এইষাৰ কথা কৈছিল?আৰু তেওঁ পূৰ্বে কাৰ মৃত্যু হৈছিল? )
Ans:- When Mandela says he is simply the sum of all those African patriots, he actually wants to pay tribute to all the people who have sacrificed their lives for the sake of freedom. He say that he is grateful to the patriots who had gone before him because they were the real heroes who paved the path of co-operation and unity for him.
( মই আফ্ৰিকান মুক্তিযুঁজাৰো সকলৰ ফলাফল এই কথাষাৰ জৰিয়তে মেণ্ডেলাই শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছিল, সেইসকল ব্যক্তিয়ে নিজ দেশৰ স্বাধীনতাৰ বাবে মৃত্যুবৰণ কৰিছিল,তেওঁ সেইসকলৰ প্ৰতি কৃতজ্ঞ আছিল কিয়নো তেওঁলোক আছিল প্ৰকৃত নায়ক যিয়ে দেশৰ স্বাধীনতা তথা একতাৰ বাট মুকলি কৰিছিল। )
3. Would you agree that the "depths of oppression" create "heights of character"? How does Mandela illustrate this? Can you add your own examples to this argument?
( .তুমি একমত নে যে শোষণৰ বলি হোৱা লোকসকল চাৰিত্ৰিক পৰিৱৰ্তন হয় নে? মেণ্ডেলাই এই বিষয়ে কিদৰে বাখ্যা আগবঢ়াইছে ?তুমি নিজৰ মতামত উদাহৰণসহ আগবঢ়োৱা। )
Ans:- I agree with the statement that depths of oppression create heights of character. Nelson Mandela illustrates this by giving examples of great heroes of South Africa like Oliver Tomb, Walter Sisulu and others who were inspired to sacrifice their lives in the long freedom struggle. India is full of such examples, during our freedom struggle there was a galaxy of leaders of great characters and the oppression of British rule created and encouraged people of noble characters like Mahatma Gandhi, Lala Lajpat Rai, Jawahar Lal Nehru and many more. If we compare them with the quality of political leaders India is having today, them Nelson Mandela seems to be absolutely right.
( মই একমত যে শোষণৰ বলি হোৱা লোকৰ চাৰিত্ৰিক পৰিৱৰ্তন ঘটে।এই বিষয়ে মেণ্ডেলাই দক্ষিন আফ্ৰিকাৰ প্ৰকৃত নায়কসকলৰ উদাহৰণ দাঙি ধৰিছে।তেখেতে অলিভাৰ তম্ব,ৱাল্টাৰ চিচুনু আদি ব্যক্তিৰ নাম উল্লেখ কৰিছে যিয়ে দেশৰ মুক্তিৰ বাবে প্ৰাণ ত্যাগ কৰিছিল।ভাৰতবৰ্ষটো তেনে বহু সংগ্ৰামী মুক্তি যুঁজাৰু আছিল,যিয়ে দেশমাতৃক বৃটিছৰ কবলৰ ৰক্ষা কৰিবলৈ প্ৰাণ ত্যাগ কৰিছিল।সেই মুক্তি যুঁজাৰোসকল হল মহাত্মা গান্ধী, লালা ৰাজপত ৰায়,জৱাহৰলাল নেহৰু আদি,মেণ্ডেলাৰ ব্যাখ্যা সম্পুৰ্ণ ৰূপে সত্য বুলিব পাৰি যেতিয়া আমি ভাৰতৰ মুক্তি যুঁজাৰুসকলক বিশ্লেষণ কৰি চাওঁ। )
4. How did Mandela's understanding of freedom change with age and experience?
( স্বাধীনতাৰ প্ৰতি থকা মেণ্ডেলাৰ ধাৰণা বয়স আৰু অভিজ্ঞতাৰ সৈতে কেনেদৰে সলনি হৈছিল? )
Ans:- Mandela understood the real meaning of freedom with age and experience. As a young boy. He thought that he was born free and believed that as long as he obeyed his father and abided by the customs of his tribe, he was free in every possible way. As he grew older, freedom meaning has changed for him. Now he needs freedom to raise a family, freedom to earn livelihood. Gradually he realized that he was selfish during his boyhood. He slowly understood that it was not just his freedom that was being wrtailed, but the freedom of all blacks. It was the freedom from fear and prejudice. Age and experience widened his perspective of freedom.
( বয়স তথা অভিজ্ঞতাপুষ্ট হোৱাৰ লগে লগে মেণ্ডেলাই স্বাধীনতাৰ কথা ভালদৰে বুজি উঠিছিল।লৰালি কালত তেওঁ ভাবিছিল যে যিহেতু জন্মতেই আমি স্বাধীনভাৱে লভিছে গতিকে নিজৰ পিতৃ তথা সম্প্ৰদায়ৰ কথা মানি চলিলেই নিজৰ স্বাধীনতা উপভোগ কৰিব পাৰিম।কিন্ত বয়স বাঢ়ি যোৱাৰ লগে লগে তেঁও উপলব্ধি কৰিলে যে স্বাধীনতাৰ প্ৰকৃত অৰ্থ বহুত বেলেগ,এতিয়া তেওঁক স্বতন্তা লাগে নিজৰ পৰিয়ালক চোৱাচিতা কৰিবৰ বাবে সৰুতে তেওঁ বহুত স্বাৰ্থপৰ আছিল যেন অনুভৱ হল তেওঁৰ বুজিব পাৰিলে যে অকল তেওঁৰ স্বাধীনতাই খৰ্ব হোৱা নাই,বৰং সমগ্ৰ কৃষ্ণাঙ্গ সকলে শোষণৰ বলি হৈছিল,জয়ৰ পৰা মুক্তি লাভ তথা একতাৰ বৰ্তমান স্বতন্ত্ৰতাৰ প্ৰয়োজন, বয়স তথা অভিজ্ঞতাই তেখেতৰ চিন্তাৰ পৰিসৰ বৃদ্ধি কৰিছিল। )
5. How did Mandela's 'hunger for freedom' change his life?
( ."স্বাধীনতাৰ মুধাই"কিদৰে মেণ্ডেলাৰ জীৱন সলনি কৰি পেলালে? )
Ans:- Mandela realized that it was not only his freedom that was being curtailed, but the freedom of all blacks. Then it changed fearful Mandela to a fearless rebel. He sacrificed the comforts of a settled family life to fight for a greater cause. He joined the African National Congrees and this changed him from a frightened young man into a bold one who fought against racial prejudice.
( মেণ্ডেলাই বুজি উঠিছিল যে তেওঁৰেই স্বাধীনতা খৰ্ব হোৱা নাছিল,বৰঞ্চ সমগ্ৰ কৃষ্ণাঙ্গ সম্প্ৰদায়ে বঞ্চিত হব লগা হৈছিল,এই কথাই ভয়াতুৰ মেণ্ডেলাক এজন নিৰ্ভীত প্ৰতিবাদী কন্ঠলৈ পৰিৱৰ্তিত কৰিছিল।তেখেতে নিজৰ আৰামদায়ক জীৱন ত্যাগ কৰি সংগ্ৰাম আৰম্ভ কৰিলে নিজৰ দেশৰ মুক্তি ৰ বাবে,তেওঁ আফ্ৰিকান নেচনেল কংগ্ৰেছত যোগ দি বৰ্ণ বৈষম্য বিৰোধী যুঁজত অৱৰ্তীন হৈছিল। )
Comments
Post a Comment